Subscribe
URL of the page has been copied to clipboard.
Meaning : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
Example : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
Synonyms : জাক
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, গোট, জাক, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
Meaning : একে সময়ত একে ঠাইতে বহুতো মানুহ গোট খোৱা
Example : নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে মানুহৰ সমাগম দেখিবলৈ পোৱা য়ায়
Synonyms : ভিৰ, সমাগম
Install App