Subscribe
URL of the page has been copied to clipboard.
Meaning : ভিতৰত গুটি থকা ধাতুৰ এবিধ ফোপোলা বস্তু যাক লৰাই দিলে ঘনে-ঘনে বাজে
Example : শিশুটোৰ কঁ্কালত জুনুকা বান্ধি থোৱা আছিল
Synonyms : ঘুগুৰা, নূপুৰ, নেপুৰ
Meaning : ধাতুৰে তৈয়াৰী ফোপোলা গুটিৰ মালা
Example : তেওঁ জুনুকা পিন্ধি নৃত্য কৰি আছিল
Synonyms : নুপুৰ
Install App