Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জীৱন-চৰিত from অসমীয়া dictionary with examples, synonyms and antonyms.

জীৱন-চৰিত   বিশেষ্য

Meaning : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে

Example : শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে

Synonyms : জীৱন কথা, জীৱন বৃত্ত, জীৱনী

Meaning : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ

Example : তেওঁ নিজৰ জীৱনী লিখি আছে

Synonyms : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী