Subscribe
URL of the page has been copied to clipboard.
Meaning : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
Example : শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
Synonyms : জীৱন কথা, জীৱন-চৰিত, জীৱনী
Meaning : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
Example : তেওঁ নিজৰ জীৱনী লিখি আছে
Synonyms : জীৱন কথা, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী
Install App