Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জীৱন from অসমীয়া dictionary with examples, synonyms and antonyms.

জীৱন   বিশেষ্য

Meaning : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

Example : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

Synonyms : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

Meaning : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

Example : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

Meaning : জীয়াই থকা অৱস্থা

Example : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

Synonyms : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

Meaning : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

Example : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

Synonyms : আয়ুস

Meaning : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

Example : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

Meaning : জীৱিত প্রাণী

Example : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল