Subscribe
URL of the page has been copied to clipboard.
Meaning : জীৱন অতিবাহিত কৰা:তেওঁ বৰ কষ্টত জীয়াই আছে
Example :
Synonyms : জী, জীৱন-যাপন কৰা, বাচা
Meaning : যʼত চেতনা আছে
Example : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
Synonyms : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
Meaning : জীয়াই থকাজন বা যাৰ প্রাণ আছে
Example : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
Synonyms : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
Install App