Subscribe
URL of the page has been copied to clipboard.
Meaning : কিতাপ ভালে ৰাখিবৰ কাৰণে লগোৱা একধৰণৰ আৱৰণ
Example : এই কিতাপখন ফাটি গৈছে, ইয়াত জিলি লগাই দিয়া
Synonyms : কʼভাৰ, কভাৰ
Meaning : কোনো কিতাপৰ ওপৰ ভাগ ভালদৰে ৰাখিবৰ কাৰণে মেৰিয়াই লোৱা কাগজ বিশেষ যʼত লেখক তথা তেওঁৰ ্নাম লিখা থাকে
Example : কিতাপখনৰ জিলটো ফাটি থাকিল
Install App