Subscribe
URL of the page has been copied to clipboard.
Meaning : মুখগহ্বৰত থকা দীঘল চেপেটা মাংসপিণ্ড যিয়ে সোৱাদ লোৱা আৰু শ্্ব্দৰ উচ্চাৰণ কৰাত বিশেষভাৱে সহায় কৰে
Example : জিভাই কথা কোৱাত প্রধান ভূমিকা পালন কৰে
Synonyms : জিহ্বা, ৰসনা, ৰসনেন্দ্রিয়, ৰসেন্দ্রিয়
Install App