Subscribe
URL of the page has been copied to clipboard.
Meaning : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
Example :
Synonyms : ঠাণ্ডা, শীত, শৈত্য
Meaning : প্রাচীন কালত ৰুছত শাসন কৰা ৰজা বা শাসক
Example : ১৯১৭ চললৈকে ৰুছত জাৰসকলৰ শাসন চলি আছিল
Meaning : ঠাণ্ডা বতৰ
Example : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
Synonyms : জাৰকালি, শীত, শীতকাল
Install App