Meaning : জাবৰ-জোথৰ পেলোৱা বাকচ
Example :
মানুহে জাবৰদানীত জাবৰ পেলোৱাৰ পৰিৱর্তে ্ইফালে-সিফালে পেলাই দিয়ে
Meaning : জাবৰ জোথৰ পেলোৱা পাত্র
Example :
তেওঁ ্মাটিত পৰি থকা কুটাবোৰ উঠাই জাবৰদানিত পেলাই দিলে
Synonyms : আওটনি পাচি, জাবৰদানি, ডাষ্টবিন