Meaning : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
Example :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
Synonyms : আৱর্জ্্না, জাবৰ-জোঁজথৰ
Meaning : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
Example :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
Synonyms : জাবৰ-জোথৰ
Meaning : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
Example :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
Synonyms : জাবৰ-জোথৰ