Subscribe
URL of the page has been copied to clipboard.
Meaning : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
Example : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
Synonyms : নলা, লোৰ
Meaning : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
Example : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
Synonyms : আত্মা, চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
Meaning : জীয়াই থকা অৱস্থা
Example : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
Synonyms : চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
Install App