Meaning : জাগ্রত অৱস্থাত টোপনি নোযোৱাকৈ থকা
Example :
তেওঁ ্ভালেমান দিনৰ পৰা জাগি আছে
Synonyms : সাৰে থকা
Meaning : শাৰীৰিক বা মানসিক ভাৱে সতর্ক হৈ থকা
Example :
সীমান্তত সকলো সময়তে সৈনিকসকল জাগি থাকে
Synonyms : সজাগ হোৱা, সাৱধান হোৱা