Subscribe
URL of the page has been copied to clipboard.
Meaning : জাগি থকা এক অৱস্থা
Example : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
Synonyms : জাগৰণ
Meaning : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
Example : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
Synonyms : অৱস্থান, জেগা, ঠাই
Meaning : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
Example : কালিৰ পৰা গাইজনী জাগিছে
Synonyms : উঠা
Install App