Subscribe
URL of the page has been copied to clipboard.
Meaning : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
Example : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
Synonyms : জুম
Meaning : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
Example : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
Synonyms : পাল, সমুদায়, সমূহ
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
Meaning : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
Example : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
Synonyms : দল
Install App