Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাইৰ মাজৰ খালী অংশ
Example : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
Synonyms : ছিদ্র, ফুটা, বিন্ধা, ৰন্ধ্র
Meaning : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
Example : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
Synonyms : জ্বলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা
Meaning : তীক্ষ্ণ সোৱাদযুক্ত
Example : জলা ভোজন সুপাচ্য নহয়
Install App