Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জল-নিষ্কাশন from অসমীয়া dictionary with examples, synonyms and antonyms.

জল-নিষ্কাশন   বিশেষ্য

Meaning : পানী উলিওৱা বা ওলোৱা কার্য

Example : নলাবোৰত জাবৰ-জোথৰ পৰি থকাৰ কাৰণে জল-নিষ্কাশনত অসুবিধা হৈ আছে

Meaning : পানীৰ নিষ্কাশন

Example : জল-নিষ্কাশনৰ উচিত ব্যৱস্থা নথকাৰ কাৰণে লেতেৰা পানী পথৰ মাজলৈ বৈ আহিছে