Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জমিদাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

জমিদাৰ   বিশেষ্য

Meaning : যি ইংৰাজৰ শাসনকালত মাটিৰ মালিক আছিল আৰু যাক কৃষকৰ পৰা খাজনা তোলাৰ দায়িত্ব দিয়া হৈছিল

Example : জমিদাৰে কৃষকৰ লগত বৰ নিষ্ঠুৰ ব্যৱহাৰ কৰিছিল