Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
Example : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
Synonyms : ঘূৰোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা
Meaning : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
Example : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
Synonyms : বন্ধ কৰা
Install App