Subscribe
URL of the page has been copied to clipboard.
Meaning : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য
Example : সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে
Synonyms : বহা
Meaning : যি জন্ম হয়
Example : জন্মাজনৰ মৃত্যু নিশ্চিত
Synonyms : উপজাত, উৎপন্ন, জনিত, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সঞ্জাত, সম্ভূত
Install App