Subscribe
URL of the page has been copied to clipboard.
Meaning : যি জন্ম হয়
Example : জন্মাজনৰ মৃত্যু নিশ্চিত
Synonyms : উপজাত, উৎপন্ন, জন্মা, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সঞ্জাত, সম্ভূত
Meaning : কোনো কাৰণত হোৱা বা কাৰোবাৰ দ্বাৰা উৎপন্ন কৰা
Example : মেলেৰিয়া এবিধ মহজনিত ৰোগ
Install App