Meaning : অভিজ্ঞ বা পৰিচিত হোৱা
Example :
সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
Synonyms : জ্ঞাত হোৱা, জ্ঞান হোৱা
Meaning : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
Example :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
Synonyms : চিনি পোৱা
Meaning : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
Example :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
Synonyms : চিনি পোৱা
Meaning : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
Example :
মই বোৱা-কটা জানো
Meaning : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
Example :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
Synonyms : বুজি পোৱা