Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনসাধাৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

জনসাধাৰণ   বিশেষ্য

Meaning : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক

Example : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল

Synonyms : জন, জন-সাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰাইজ, ৰায়ত

Meaning : পৃথিৱীত থকা লোক

Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

Synonyms : জগত, জনতা, বিশ্ব, লোক, সংসাৰ, ৰাইজ

Meaning : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

Example :

Synonyms : জনগন, জনতা, প্রজা