Subscribe
URL of the page has been copied to clipboard.
Meaning : যিখন সভাত মানুহ উপস্থিত হৈ কোনো বিশেষ বিষয়ত কথা-বতৰা পাতে বা আলোচনা কৰে
Example : নেতাজীয়ে এখন বিশাল জনসভাক সম্বোধন কৰি আছিল
Synonyms : জন-সভা
Meaning : বিশাল জনসমাগমৰ প্রদর্শন
Example : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
Synonyms : সমাবেশ, সমাৱেশ, ৰেলি
Install App