Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনসংখ্যা from অসমীয়া dictionary with examples, synonyms and antonyms.

জনসংখ্যা   বিশেষ্য

Meaning : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা

Example : ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে

Synonyms : আবাদী

Meaning : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা

Example : ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে

Synonyms : আবাদী