Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনতা from অসমীয়া dictionary with examples, synonyms and antonyms.

জনতা   বিশেষ্য

Meaning : মানুহৰ সমষ্টি বা সমূহ

Example : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

Synonyms : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ

Meaning : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

Example : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

Synonyms : জনমানস, ৰাইজ

Meaning : এজনতকৈ অধিক ব্যক্তি

Example : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

Synonyms : জনগণ, জনমানস, লোক

Meaning : পৃথিৱীত থকা লোক

Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

Synonyms : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

Meaning : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

Example :

Synonyms : জনগন, জনসাধাৰণ, প্রজা