Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহৰ সমষ্টি বা সমূহ
Example : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
Synonyms : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
Meaning : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
Example : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
Synonyms : জনমানস, ৰাইজ
Meaning : এজনতকৈ অধিক ব্যক্তি
Example : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
Synonyms : জনগণ, জনমানস, লোক
Meaning : পৃথিৱীত থকা লোক
Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
Synonyms : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
Meaning : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
Example :
Synonyms : জনগন, জনসাধাৰণ, প্রজা
Install App