Subscribe
URL of the page has been copied to clipboard.
Meaning : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
Example : জনক এজন বৰ জ্ঞানী ৰজা আছিল
Synonyms : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
Meaning : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
Example : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
Synonyms : জন্ম-দাতা, জন্মদাতা, পিতা
Meaning : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
Example : মোৰ দেউতা এজন অধ্যাপক
Synonyms : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা
Install App