Meaning : পেটৰ আহাৰ হজম কৰা তাপ
Example :
জঠৰাগ্নিয়ে ভালদৰে কাম কৰিলে শৰীৰ সুস্থ হৈ থাকে
Meaning : খাবৰ কাৰণে ওপজা ইচ্ছা
Example :
মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
Synonyms : অন্নলিপ্সা, কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা