Subscribe
URL of the page has been copied to clipboard.
Meaning : যি চলা-ফুলা কৰিব পাৰে
Example : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
Synonyms : গতিশীল, সচল
Meaning : যাৰ গতি আছে বা যি চলিব পাৰে
Example : যন্ত্র গতিশীল অৱস্থাত আছে
Synonyms : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
Meaning : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
Example : গহনা, কাপোৰ আদি জংগম সম্পত্তি
Synonyms : চলমান, জংগম
Install App