Subscribe
URL of the page has been copied to clipboard.
Meaning : হুচ অনা বা চেতন সম্পন্ন কৰা
Example : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
Meaning : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
Example : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
Meaning : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
Example : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
Synonyms : উঠোৱা
Meaning : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
Example : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে
Synonyms : জগাই তোলা, সাধনা কৰা
Install App