Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জগত from অসমীয়া dictionary with examples, synonyms and antonyms.

জগত   বিশেষ্য

Meaning : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ

Example : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে

Synonyms : দুনীয়া, বিশ্ব, সংসাৰ

Meaning : পৃথিৱীত থকা লোক

Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

Synonyms : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

Meaning : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

Example : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

Synonyms : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

Meaning : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

Example : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

Synonyms : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী