Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
Example : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
Synonyms : আভা, উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
Install App