Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জংঘলী from অসমীয়া dictionary with examples, synonyms and antonyms.

জংঘলী   বিশেষণ

Meaning : যʼত জংঘল আছে

Example : কিছুমান আদিবাসী জাতিয়ে জংঘলী ঠাইত বসবাস কৰি আছে

Meaning : জংঘল সম্বন্ধীয় বা জংঘলৰ

Example : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে

Synonyms : জংগলী, জঙ্ঘলী, বন্য, বনৰীয়া

Meaning : হাবি বা অৰণ্যত থকা

Example : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়

Synonyms : অৰণ্যচাৰী, অৰণ্যচৰ, বনচাৰী, বনচৰ, বন্য, বনৰীয়া

Meaning : নিজে নিজে হোৱা বা গজা

Example : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে

Synonyms : জঙ্ঘলী, বনৰীয়া

Meaning : বনত হোৱা বা পোৱা

Example : এইজোপা বনজ উদ্ভিদ

Synonyms : আৰণ্যক, বনজ, বনজাত, বন্য, বনৰীয়া