Subscribe
URL of the page has been copied to clipboard.
Meaning : পাঁচ আৰু এক যোগ কৰিলে পোৱা সংখ্যা
Example : তিনিয়ে তিনিয়ে ছয়
Synonyms : ৬
Meaning : ক্রিকেট খেলত খেলপথাৰৰ সীমা অতিক্রম কৰি গৈ বাহিৰত বল পৰিলে পোৱা ছয় ৰাণ
Example : শচীনৰ ্আকর্ষণীয় শতকত চাৰিটা ছিক্সো আছিল
Synonyms : ছিক্স
Meaning : পাঁচ আৰু এক
Example : পখিলাৰ ছয়খন ঠেং থাকে
Synonyms : ষষ্ঠ, ৬
Install App