Subscribe
URL of the page has been copied to clipboard.
Meaning : দোষ উলিওৱা ব্যক্তি
Example : দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
Synonyms : ছিদ্রান্বেষক, দোষ-খোচৰা
Meaning : আনৰ দোষ বিচাৰিফুৰোঁতা
Example : দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
Synonyms : দোষ-খোচৰা, দোষদর্শী
Install App