Subscribe
URL of the page has been copied to clipboard.
Meaning : ফল, বীজ আদিৰ আৱৰণ
Example : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
Synonyms : ত্বক, বল্কল, বাকল, বাকলি
Meaning : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
Example : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
Synonyms : চর্ম, ত্বক ্ চাম
Meaning : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
Example : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
Synonyms : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
Meaning : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
Example : তেওঁ ্ চামৰাৰ কাম কৰে
Synonyms : চর্ম, চামৰা, ্ লেডাৰ
Install App