Meaning : যি ছোৱালী বা মহিলাক কোনোবাই পঢ়াইছে বা শিকাইছে
Example :
সীতা এগৰাকী প্রথিতযশা সংগীতকাৰৰ শিষ্যা
Synonyms : বিদ্যার্থিনী, শিক্ষার্থিনী, শিষ্যা
Meaning : বিদ্যা অর্জন কৰোঁতা ছোৱালী
Example :
এই বিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে দশম শ্রেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্রথম স্থান লাভ কৰিছে
Synonyms : বিদ্যার্থীনী