Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ছলনা কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

ছলনা কৰা   ক্ৰিয়া

Meaning : বেয়া উদ্দেশ্যৰে কাৰোবাক পৰামর্শ দিয়া

Example : তেওঁ ্লʼৰা-ছোৱালীবোৰক ছলনা কৰি আছে

Synonyms : প্রতাৰণা কৰা

Meaning : কাৰোবাৰ লগত কপটতাপূর্ণ ব্যৱহাৰ কৰা

Example : তেওঁ ্মোক ছলনা কৰিলে

Synonyms : চকুত ধূলি মৰা, ছল কৰা

Meaning : ছল-কপট কৰা

Example : পাটোৱাৰীয়ে অশিক্ষিত খেতিয়কসকলক ছলনা কৰিছে

Synonyms : অবাটে নিয়া