Subscribe
URL of the page has been copied to clipboard.
Meaning : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া
Example : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে
Synonyms : ছাপ দিয়া, ছাপ মৰা
Meaning : চিহ্নিত বা অংকিত হোৱা
Example : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে
Meaning : ছপাযন্ত্র আদিত ছপা কৰা
Example : তেওঁ নতুন কিতাপ ছপাইছে
Synonyms : মুদ্রিত হোৱা
Meaning : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা
Example : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে
Install App