Subscribe
URL of the page has been copied to clipboard.
Meaning : কাঠ বা ধাতু আদিৰ সেই খণ্ড যাৰ ওপৰত কোনো আকৃতি আদি খোদিত কৰা হয় আৰু তাক অন্য কোনো বস্তুৰ ওপৰত ৰাখি হেঁচা দিলে খোদিত কৰা আকৃতিটো বহি যায়
Example : মজদুৰে ছাপাৰে কাপোৰৰ ওপৰত নানা ধৰণৰ ছাপ তৈয়াৰ কৰি আছে
Synonyms : ছাপা
Meaning : ছপাৰ কাম
Example : এতিয়া আপোনাৰ কিতাপৰ মুদ্রণ আৰম্ভ কৰা নাই
Synonyms : মুদ্রণ
Install App