Meaning : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
Example :
আঞ্জাত নিমখ ছটিয়াই দিয়া
Synonyms : ছটিওৱা
Meaning : পানী ছটিওৱা কার্য
Example :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
Synonyms : ছটিওৱা