Meaning : কোনো তৰল পদার্থ ছটিওৱা কার্য
Example :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
Synonyms : সিঁচা
Meaning : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
Example :
আঞ্জাত নিমখ ছটিয়াই দিয়া
Synonyms : ছটিয়াই দিয়া
Meaning : পানী ছটিওৱা কার্য
Example :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
Synonyms : ছটিয়াই দিয়া
Meaning : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
Example :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
Synonyms : বর্ষণ ্কৰা
Meaning : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
Example :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
Synonyms : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা