Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ছগুণ from অসমীয়া dictionary with examples, synonyms and antonyms.

ছগুণ   বিশেষ্য

Meaning : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ পাঁচগুণ অধিক পৰিমাণ

Example : ছয় ছয়গুণ ছয়ত্রিশ

Synonyms : ছয়গুণ

ছগুণ   ক্ৰিয়া বিশেষণ

Meaning : পাঁচগুণতকৈ আৰু এগুণ বেছি

Example : আগতকৈ তেওঁৰ ্ক্ষমতা ছগুণ বাঢ়িল

Synonyms : ছয়গুণ

ছগুণ   বিশেষণ

Meaning : যিমান হয় তাতকৈ আৰু পাঁচ বাৰ আৰু অধিক

Example : দোকানীজনে এই বস্তুখিনিৰ কাৰণে মোৰ পৰা ছগুণ দাম লʼলে

Synonyms : ছয়গুণ