Meaning : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
Example :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
Meaning : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
Example :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
Synonyms : চৰা
Meaning : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
Example :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
Synonyms : টনা
Meaning : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
Example :
ঢোলবাদকে ঢোল চৰাইছে
Meaning : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
Example :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
Synonyms : অভিলেপ কৰা, লগোৱা