Meaning : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
Example :
তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
Synonyms : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
Meaning : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
Example :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
Synonyms : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী