Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চৰম from অসমীয়া dictionary with examples, synonyms and antonyms.

চৰম   বিশেষ্য

Meaning : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা

Example : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে

Synonyms : লাজ, সংকোচ

চৰম   বিশেষণ

Meaning : সকলোতকৈ আগত বা ওপৰৰ

Example : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে

Synonyms : চূড়ান্ত, শী্র্ষ

Meaning : শেষ সীমা পোৱা

Example : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

Synonyms : অন্তিম, শেষ

Meaning : যি সকলোৰে পিছত হয়

Example : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

Synonyms : অন্ত, অন্তিম, অন্ত্য, শেষ

Meaning : যাৰ আগত বা অধিক আন কোনো নাই

Example : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে

Synonyms : চূড়ান্ত, পৰম