Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
Example : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
Synonyms : লাজ, সংকোচ
Meaning : সকলোতকৈ আগত বা ওপৰৰ
Example : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
Synonyms : চূড়ান্ত, শী্র্ষ
Meaning : শেষ সীমা পোৱা
Example : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
Synonyms : অন্তিম, শেষ
Meaning : যি সকলোৰে পিছত হয়
Example : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
Synonyms : অন্ত, অন্তিম, অন্ত্য, শেষ
Meaning : যাৰ আগত বা অধিক আন কোনো নাই
Example : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
Synonyms : চূড়ান্ত, পৰম
Install App