Subscribe
URL of the page has been copied to clipboard.
Meaning : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
Example : ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
Synonyms : চৰপত
Meaning : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
Example : চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল
Install App