Subscribe
URL of the page has been copied to clipboard.
Meaning : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
Example : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
Synonyms : অধমাঙ্গ, জানু, ঠেং, পদ, ভৰি
Meaning : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
Example : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
Synonyms : পদ, পাদ, পাৱ, ভৰি
Install App