Subscribe
URL of the page has been copied to clipboard.
Meaning : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
Example : চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
Meaning : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
Example : ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
Synonyms : চৰ-চৰণি
Install App