Subscribe
URL of the page has been copied to clipboard.
Meaning : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
Example : বেয়া গুণে মানুহৰ পতন ঘটায়
Synonyms : অধঃপতন, অধঃপাত, অধোগমন, অৱনতি, পতন
Meaning : বেয়া হোৱাৰ অৱস্থা বা ভাৱ
Example : এই গাড়ীখনত কিবা বিচ্যুতি আছে
Synonyms : খুঁত, ত্রুতি, বিচ্যুতি, ্দোষ
Install App